satisatiate

Sati Sadhini (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-01-15
1. Historial(Proper Noun-Feminine) queen of Chutia kingdom of preset day Assam during 16th century. চুতীয়া ৰাজ্যৰ ৰাণী-ষষ্টদশ শতিকা৷ সাধনী চুতীয়া ৰাজ্যৰ এগৰাকী সতী নাৰী আছিল৷ অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল৷ সাধনীহে এওঁৰ একমাত্ৰ জীয়েক আছিল৷ বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়৷